ঘৰমুৱা-বাটত-টিক্ৰিৰ-কৃষকসকলঃ-গৌৰৱান্বিত-আৰু-দৃঢ়প্ৰতিজ্ঞ

West Delhi, National Capital Territory of Delhi

Dec 15, 2021

ঘৰমুৱা বাটত টিক্ৰিৰ কৃষকসকলঃ গৌৰৱান্বিত আৰু দৃঢ়প্ৰতিজ্ঞ

টিক্ৰিৰ প্ৰতিবাদস্থলীত ১১ ডিচেম্বৰৰ দিনা প্ৰতিবাদী কৃষকসকলে শিবিৰবোৰ ভাঙিছে, বয়-বস্তু সামৰিছে আৰু নিজ গাঁৱলৈ মুখত বিজয়ৰ হাঁহি লৈ উভতিবলৈ সাজু হৈছে, সংগ্ৰামৰ দৃঢ় সংকল্পৰে তেওঁলোক ঘৰমুৱা হৈছে

Photographs

Naveen Macro

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Photographs

Naveen Macro

নবীন মেক্ৰো দিল্লীৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা তথা ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।