খেতি-কৰিবলৈ-খেতিয়কক-টকা-লাগে

Chittoor, Andhra Pradesh

Jan 31, 2022

‘খেতি কৰিবলৈ খেতিয়কক টকা লাগে’

অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ আৰু ৱাইএছআৰ জিলাৰ কুঁহিয়াৰ খেতিয়কসকলে চেনিৰ কাৰখানাৰ পৰা টকা পাবলৈ অপেক্ষা কৰি থকাৰ আজি প্ৰায় দুটা বছৰেই হ’ল, বহুতেই ঋণ ল’লে আৰু সেয়া শুজিবও নোৱাৰা হ’ল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

G. Ram Mohan

জি ৰাম মোহন অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ শিক্ষা, কৃষি আৰু স্বাস্থ্য বিষয়ত গুৰুত্ব দিয়ে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।