খেতিয়কৰ-নিস্তাৰ-নাই-মাটি-বিনে-অসহায়

Amritsar, Punjab

May 10, 2023

খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়...

মহামাৰী আৰু লকডাউনৰ মাধমাৰ সত্বেও তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে ২০২০ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে লক্ষ লক্ষ কৃষকে সাব্যস্ত কৰিছিল প্ৰতিবাদ। এই কবিতাটোত কবিয়ে বৰ্ণনা কৰিছে এজন খেতিয়কৰ মৰ্মবেদনা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sarbjot Singh Behl

প্ৰফেছৰ সৰবজোত সিং বেহেল অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিক্ৰমাৰ ডিন। স্থপতিবিদ্যাৰ প্ৰশিক্ষণপ্ৰাপ্ত সৰবজোত সিঙে স্কুল অৱ আৰ্কিটেক্সাৰ এণ্ড প্লেনিঙত শিকায় আৰু কবিতা লিখে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।