খীণ-কঁকালত-প্ৰকাণ্ড-এটা-ঢোলেৰে-নতুন-দৌল্লু-কুনিতা

Bangalore Urban, Karnataka

Aug 02, 2022

খীণ কঁকালত প্ৰকাণ্ড এটা ঢোলেৰে নতুন দৌল্লু কুনিতা

বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ যুৱতীসকলে এই শৈলীৰ কানাড়া ঢোল আৰু নৃত্য আয়ত্ত কৰিছে, যাক এসময়ত শক্তিশালী পুৰুষৰ দক্ষতা বুলি গণ্য কৰা হৈছিল। ইয়াত উপস্থাপন কৰা ভিডিঅ'টোত মহিলাৰ এই গোটটোক সম্পূৰ্ণ শক্তি আৰু ছন্দেৰে প্ৰদৰ্শন কৰা দেখা গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷