কেবচালক-আব্দুল-ৰহমানৰ-জীৱনৰ-ৰং-এতিয়া-কলা

Mumbai Suburban, Maharashtra

Mar 21, 2022

কেবচালক আব্দুল ৰহমানৰ জীৱনৰ ৰং এতিয়া ক’লা

বহুদশক মুম্বাই আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত টেক্সি আৰু বুলড’জাৰ চলোৱা কেব চালকজন এতিয়া নৰিয়া-পাটীত। ইখনৰ পিছত সিখন হস্পিটেললৈ তেওঁ আৰু তেওঁৰ পৰিয়ালটো ঢপলিয়াই ফুৰিছে, জীৱন পেণ্ডুলাম এবাৰ আশা আৰু আনবাৰ শংকাৰ দিশে দুলিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।