কৃষি-বৈধব্যই-অসহায়-কৰা-তেলাংগনাৰ-মহিলা-কৃষক

Jangaon, Telangana

Apr 02, 2022

কৃষি-বৈধব্যই অসহায় কৰা তেলাংগনাৰ মহিলা কৃষক

কন্দ্ৰা সাগৰিকাৰ স্বামীয়ে ২০১৭ চনত আত্মহত্যা কৰিছিল, কিন্তু এৰি গৈছিল পত্নী, দুই কণমানি সন্তানৰ সৈতে খেতিত লগা লাখ লাখ টকাৰ ঋণৰ বোজা৷ তেতিয়াৰে পৰা ভগ্ন স্বাস্থ্য স্বত্ত্বেও পৰিয়ালৰ পৰা বিশেষ একো সহায় নোলোৱাকৈ তেওঁৰ পত্নীয়ে হাড়ভঙা শ্ৰমেৰে জীৱন নিৰ্বাহ কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷