কুলামৰা-ষ্টাইলত-মাজুলীৰ-কেএফচি

Majuli, Assam

Jan 31, 2023

কুলামৰা ষ্টাইলত মাজুলীৰ কে.এফ.চি.

ব্ৰহ্মপুত্ৰৰ দ্বীপ এটাৰ সৰু এখন দোকান, ভজা চিকেন তাত সস্তাতে পায়। বিখ্যাত নাম এটাৰ সৈতে দোকানখনৰ নামটো একেই, কিন্তু কোনেনো অভিযোগ দিব!

Photographs

Riya Behl

Translator

Pankaj Das

Photos and Text

Vishaka George

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Photos and Text

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Photographs

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।