কালু-দাসৰ-ভঙা-ছিঙা-সংগ্ৰহৰ-কামত-তলাবন্ধই-যতি-পেলাইছে

South 24 Parganas, West Bengal

Apr 11, 2021

কালু দাসৰ ভঙা-ছিঙা সংগ্ৰহৰ কামত তলাবন্ধই যতি পেলাইছে

গাঁৱৰ পৰা কলকাতালৈ পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ অহা-যোৱা কৰা কালু দাসে কেইসপ্তাহমান আগতে ব্যৱসায় পুনৰায় আৰম্ভ কৰিছিল ঠিকেই, কিন্তু এতিয়া ব্যৱসায় সাংঘাতিক মন্দা, লাভ তেনেই নগণ্য। ইফালে তেওঁৰ পত্নীয়েও জীৱিকা হেৰুওৱাত পৰিয়ালটোৱে জীয়াই থাকিবলৈ যুঁজিবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Puja Bhattacharjee

পুজা ভট্টাচাৰ্য্য কলকাতাৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ৰাজনীতি, ৰাজহুৱা নীতি, স্বাস্থ্য, বিজ্ঞান, কলা-সংস্কৃতি বিষয়ত ৰিপ’ৰ্টিং কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।