কাজল-আৰু-ৰাণীয়ে-যেতিয়া-ভিন্ন-ছন্দৰে-সঁহাৰি-জনায়

Mumbai Suburban, Maharashtra

Mar 06, 2020

কাজল আৰু ৰাণীয়ে যেতিয়া ভিন্ন ছন্দৰে সঁহাৰি জনায়

উত্তৰ মুম্বাইৰ মালাড় অঞ্চলৰ যাদৱ পৰিয়ালৰ নটা গাধ আছে। এসময়ত পৰিয়ালটোৱে এই গাধবিলাক নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰিছিল। কেতিয়াবা চিনেমাৰ দৃশ্যগ্ৰহণত ব্যৱহাৰ কৰাৰ সুবিধা পোৱা যায় যদিও এতিয়া গাধৰ গাখীৰেই সিহঁতৰ ওচৰলৈ গ্ৰাহক আৰু উপাৰ্জন আনে

Author

Aayna

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।