কমাৰৰ-অভাৱত-বিলুপ্তিৰ-দিশে-পুৰাজগৰ-শিল্প

Srinagar, Jammu and Kashmir

May 11, 2023

কমাৰৰ অভাৱত বিলুপ্তিৰ দিশে পুৰাজগৰ শিল্প

পছমিনা শ্বলৰ পৰা আঁহবোৰ আঁতৰাই মিহি কৰি চালে চকু ৰৈ যোৱা কৰি তোলে পুৰাজগৰসকলে। ধাৰাল লোৰ এবিধ বিশেষ সঁজুলিৰে শ্ৰীনগৰৰ এইসকল হস্তশিল্পীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই কাম কৰি আহিছে যদিও সঁজুলিবিধ গঢা কমাৰ পাবলৈ নাইকিয়া হৈ পৰাত পুৰাজগৰসকল চিন্তিত হৈ পৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।