কঠোৰ-শ্ৰম-স্বত্ত্বেও-কটুকথা-শুনা-বিহাৰৰ-লেডি-ডাক্তৰ

Kishanganj, Bihar

Jul 31, 2021

কঠোৰ শ্ৰম স্বত্ত্বেও কটুকথা শুনা বিহাৰৰ ‘লেডি’ ডাক্তৰ

বিহাৰৰ কিষাণগঞ্জ জিলাত কৰ্মৰত আঙুলিৰ মুৰত লেখিব পৰা মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞই চিকিৎসা সামগ্ৰীৰ নাটনিৰ মাজতে দিনৰ দিনটো কাম কৰে, তাতে আকৌ ৰোগীৰ একাধিক গৰ্ভধাৰণ আৰু গৰ্ভনিৰোধৰ প্ৰতি থকা অৱহেলাই কামবোৰ অধিক জটিল কৰি তোলে

Illustration

Priyanka Borar

Translator

Pankaj Das

Editor and Series Editor

Sharmila Joshi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Editor and Series Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।