কঠিন-পিটচটো-বেটিং-অব্যাহত-মীৰাটৰ-চৰ্মকাৰৰ

Meerut, Uttar Pradesh

May 22, 2023

কঠিন পিটচটো বেটিং অব্যাহত মীৰাটৰ চৰ্মকাৰৰ

ভাৰতত চামৰাৰ বলেৰে ক্ৰিকেট খেলিছে যদি সেই বলটোৰ চামৰাখিনি মীৰাটৰ মুচিয়াৰৰ হাততে চিকুণ হৈ অহাটো প্ৰায় খাটাং। কেঁচা চামৰাবোৰ কৌশলী মুচিয়াৰে ইটোৰ পিছত সিটো প্ৰক্ৰিয়াৰ মাজেৰে নি মসৃণ কৰি তোলে। এনে এক গুৰুত্বপূৰ্ণ জীৱিকা এতিয়া সাম্প্ৰদায়িক সংঘাত আৰু চৰকাৰী উদাসীনতাৰ ফলত সংকটত ভুগিছে

Editor

Riya Behl

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।