ওছমানাবাদত-বতৰ-কি-বীমা-কাৰো-ভৰসা-নাই

Osmanabad, Maharashtra

Oct 31, 2021

ওছমানাবাদত বতৰ কি বীমা, কাৰো ভৰসা নাই

আবতৰীয়া বৰষুণ, পৰিৱৰ্তিত বতৰৰ ৰূপ আৰু ক’ভিড-১৯ অতিমাৰীয়ে মাৰাঠৱাড়াৰৰ কৃষকসকলৰ শংকা বঢ়াইছে যদিও চৰকাৰে আগবঢ়োৱা শস্যৰ বীমা আঁচনিয়ে তেওঁলোকক দুৰ্যোগৰ সময়ত কোনোপ্ৰকাৰেই সকাহ দিব পৰা নাই

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।