এঘাৰশ-মৃতদেহৰ-লগত-বহু-বদ্ধমূল-ধাৰণাৰ-সমাধি

Chennai, Tamil Nadu

Oct 23, 2020

এঘাৰশ মৃতদেহৰ লগত বহু বদ্ধমূল ধাৰণাৰ সমাধি

তামিলনাডুৰ কালিমা লগা আৰু বৈৰী মনোভাৱৰ বাবে বহুতো ক’ভিড-১৯ত মৃত্যু ঘটা লোকৰ শেষকৃত্য বিঘ্নিত হোৱাৰ সময়তে ধৰ্ম বা জাতি নিৰ্বিশেষে এটা স্বেচ্ছাসেৱী গোটে কেইবাশ পৰিয়ালক শেষকৃত্য সমাপনত সহায় কৰিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।