এক-ৰাষ্ট্ৰঃ-নাই-ৰেচন-কাৰ্ড

Darbhanga, Bihar

Apr 04, 2021

এক ৰাষ্ট্ৰঃ নাই ৰেচন কাৰ্ড

দিল্লীৰ এগৰাকী ঘৰুৱা কাম কৰা মহিলা ৰুকছানা খাতুনে তেওঁৰ স্বামীৰ বিহাৰৰ গাঁৱত ৰেচন কাৰ্ড পোৱাৰ বাবে কেইবাবছৰো চেষ্টা কৰি পোৱা নাই আৰু এতিয়া তলাবন্ধৰ ফলত শোচনীয় অৱস্থা হৈ পৰা পৰিয়ালটোৱে ৰেচন কাৰ্ড নাপাই নৈৰাশ্যত ডুবিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।