উদয়পুৰত-ৰাৱণ-ৰক্ষা

Udaipur, Rajasthan

Feb 27, 2023

উদয়পুৰত ৰাৱণ ৰক্ষা

এই তথ্যচিত্ৰখনত কিষাণ আৰু বাবুৰিৰ জীৱন দৰ্শোৱা হৈছে, তেওঁলোক ভায়’লিন আৰু চেলোৰ উদ্ভাৱনৰ আগৰ বাদ্যযন্ত্ৰ – ধেনু আৰু এডাল তাঁৰৰ ৰাৱণহাত্থা বজোৱা শেষৰকেইজন নিৰ্মাতা আৰু বাদক

Author

Urja

Translator

Pankaj Das

Text Editor

Riya Behl

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Text Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।