উত্তৰ-প্ৰদেশ-উপায়-নাই-ডিউটি-কৰিবই-লাগিব

Prayagraj, Uttar Pradesh

May 30, 2021

উত্তৰ প্ৰদেশ: ‘উপায় নাই, ডিউটি কৰিবই লাগিব’

পঞ্চায়ত নিৰ্বাচনৰ সময়ত বাধ্যতামূলক নিৰ্বাচনী ডিউটি কৰি ক’ভিড-১৯ত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ শিক্ষকৰ সংখ্যা বাঢ়ি অহাৰ বিষয়টোৱে ‘শিক্ষামিত্ৰ’ ব্যৱস্থাটোৰ শোষণৰ স্বৰূপো উদঙাই দিছে। প্ৰাণ হেৰুওৱা তিনিজন ‘মিত্ৰ’ৰ পাৰিয়ে খবৰ লৈছে

Translator

Pankaj Das

Reporting and Cover Illustration

Jigyasa Mishra

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporting and Cover Illustration

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।