উত্তৰ-প্ৰদেশৰ-পঞ্চায়ত-কাৰবাবে-বাজে-নিৰ্বাচনী-ঘণ্টা

Lucknow, Uttar Pradesh

May 12, 2021

উত্তৰ প্ৰদেশৰ পঞ্চায়ত: কাৰবাবে বাজে নিৰ্বাচনী ঘণ্টা

উত্তৰ প্ৰদেশৰ পঞ্চায়তত ভোটকেন্দ্ৰ বিষয়া হিচাপে কাম কৰা ৭০০ৰো অধিক স্কুল শিক্ষকে ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে আৰু নিৰ্বাচনৰ ৩০ দিনৰ ভিতৰতে ৮ লাখ নতুনকৈ আক্ৰান্ত হোৱা পৰিস্থিতিত বহুতেই প্ৰাণৰ সংকটত ভুগিছে

Translator

Pankaj Das

Lead Illustration

Antara Raman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Lead Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।