ইতিহাসৰ-আৰু-নিজৰ-সৈতে-মুখামুখি

Barpeta, Assam

Mar 19, 2023

ইতিহাস আৰু নিজৰ সৈতে মুখামুখি

অসমৰ নাগৰিকত্ব সংকটৰ সৈতে যুঁজি থকা লোকসকলৰ সৈতে হোৱা কথোপকথনৰ ওপৰত আধাৰিত এই ভিডিঅ' প্ৰকল্পটোৱে তেওঁলোকৰ অতীত আৰু ব্যক্তিগত জীৱনৰ ওপৰত বিধ্বংসী প্ৰভাৱসমূহ প্ৰদৰ্শিত কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Subasri Krishnan

স্মৃতি, প্ৰব্ৰজন আৰু চৰকাৰী নথিৰ বিশ্লেষণৰে নাগৰিকত্বৰ বিষয়টো তথ্যচিত্ৰৰ যোগেদি ফঁহিয়াই চোৱা সুবাশ্ৰী কৃষ্ণনৰ কাম। ‘ইতিহাস আৰু নিজৰ সৈতে মুখামুখি’ প্ৰকল্পৰ যোগেদি অসমত তেওঁ এইটো বিষয়তে আলোকপাত কৰিছে। তেওঁ সম্প্ৰতি জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লীৰ এ.জে.কে. জনসংযোগ গৱেষণা কেন্দ্ৰত পিএইচডি কৰি আছে।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷