আৱৰ্জনাতে-মোৰ-জন্ম-আৱৰ্জনাতে-মোৰ-মৃত্যু-হব

Mumbai Suburban, Maharashtra

Jan 06, 2020

‘আৱৰ্জনাতে মোৰ জন্ম, আৱৰ্জনাতে মোৰ মৃত্যু হ’ব’

দেওনাৰৰ বিশাল আৱৰ্জনা নিক্ষেপস্থলৰ সমীপতে কাম কৰা ৭৫ বৰ্ষীয় কিতাবান নিশা শ্বেইখে পৰিয়াল পুহিবলৈ দাৰিদ্ৰ্য আৰু হিংসাৰে সংপৃক্ত জীৱনটোৰ সৈতে সাহসেৰে মোকাবিলা কৰি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।