আমাৰ-সৈতে-যি-হল-সেয়া-তাইৰ-লগত-নহওক।

Beed, Maharashtra

Nov 14, 2018

''আমাৰ সৈতে যি হ’ল সেয়া তাইৰ লগত নহওক।’

প্ৰব্ৰজনৰ ফলতেই মাৰাঠৱাড়াত শ্ৰমিকসকলে অপৈণত বয়সত ছোৱালীক বিয়া দিবলৈ বাধ্য হয়। ফলত শিক্ষাৰ হাৰ কমে আৰু প্ৰসূতিজনিত মৃত্যুৰ হাৰ বাঢ়ে। আৰৱি গাঁৱৰ বিজয়া ফাৰটাড়েৰ মতে এই চক্ৰবেহু ভেদ কৰাটো কঠিন

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।