আমাৰ-বাবে-সদায়-লকডাউন--সদায়-কাম

Chennai, Tamil Nadu

Aug 29, 2022

‘আমাৰ বাবে সদায় লকডাউন- সদায় কাম’

কালিমা, কম বেতন, বৈষম্য, জীৱন-ৰক্ষাকাৰী কেইবাঘণ্টাৰ শ্ৰমসাধ্য কাম – মহামাৰীৰ সময়ত চৰম শংকাৰ মাজত কাম কৰাসকলৰ অন্যতম। পাৰিয়ে চেন্নাইৰ এনে একাংশ সমুখ শাৰীৰ যোদ্ধাৰ সৈতে মত বিনিময় কৰিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।