আনকি-নাওবোৰৰো-নিশ্চয়কৈ-গৰাকীলৈ-মনত-পৰিছে

Chitrakoot, Madhya Pradesh

Jun 09, 2020

‘আনকি নাওবোৰৰো নিশ্চয়কৈ গৰাকীলৈ মনত পৰিছে’

মধ্যপ্ৰদেশৰ চিত্ৰকূটৰ নিষাদ নাৱৰীয়াসকলৰ জীৱিকা ক’ভিড-১৯ তলাবন্ধৰ ফলত সাংঘাতিকভাবে ক্ষতিগ্ৰস্ত হৈছে। সন্তানসম্ভৱা তথা বিধবা সুষমা দেৱীৰ দৰে এই সম্প্ৰদায়ৰ বহুতো লোকৰ আনকি ৰেচন কাৰ্ড নাই

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।