আজন্ম-স্থপতিৰ-বাস্তুহাৰা-জীৱনৰ-ৰূপ

Khandwa, Madhya Pradesh

Mar 16, 2022

আজন্ম স্থপতিৰ বাস্তুহাৰা জীৱনৰ ৰূপ

মধ্যপ্ৰদেশৰ কৰৌলি গাঁৱৰ ১৯ বছৰীয়া জয়পাল চৌহানে কেৱল কাগজ আৰু আঠা ব্যৱহাৰ কৰি স্বজ্ঞাৰে ঘৰ-অট্টালিকাৰ আৰ্হি তৈয়াৰ কৰে। ওমকাৰেশ্বৰ বান্ধৰ পানীয়ে তেওঁৰ শৈশৱৰ ঘৰটো জলমগ্ন কৰাৰ স্মৃতি এতিয়াও তেওঁৰ চকুৰ আগত ভাঁহি উঠে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Nipun Prabhakar

নিপুণ প্ৰভাকৰ কচ্চ, ভূপাল আৰু দিল্লীত কৰ্মৰত এজন তথ্যচিত্ৰৰ আলোকচিত্ৰশিল্পী। তেওঁ এজন প্ৰশিক্ষিত স্থপতিবিদ, আৰু স্থানীয় লোকৰ মাজত কাম কৰাৰ বহুল অভিজ্ঞতা আছে।