অৱৰুদ্ধ-কাৰুশিল্পঃ-নিম্নগামী-হস্তনিৰ্মিত-সামগ্ৰীৰ-উৎপাদন

Prakasam, Andhra Pradesh

May 04, 2020

অৱৰুদ্ধ কাৰুশিল্পঃ নিম্নগামী হস্তনিৰ্মিত সামগ্ৰীৰ উৎপাদন

ক’ভিড-19 তলাবন্ধৰ বাবে গোটেই দেশতে কাৰুশিল্পৰ লগত জড়িত লোকসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। চতুৰ্দিশে বোৱনী, ৰং শিল্পী, পুতলা নিৰ্মাতা আৰু গাঁৱৰ হস্তশিল্পীৰ জীৱন-জীৱিকাত সাম্প্ৰতিক পৰিস্থিতিয়ে পেলোৱা ব্যাপক নেতিবাচক প্ৰভাৱ সম্পৰ্কে জানিবলৈ পাৰিয়ে তেওঁলোকৰ সৈতে কথা পাতিছিল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।