অন্নদাতা-আৰু-চৰকাৰ-বাহাদুৰ

Apr 24, 2023

অন্নদাতা আৰু চৰকাৰ বাহাদুৰ

প্ৰভাৱশালীবোৰে চৰকাৰী তথ্যৰ হেৰ-ফেৰ কৰা সময়তে কবিয়ে কলমেৰে সঁচা কথা লিখিবলৈ লৈছে। এই কবিতাটো উত্তৰ প্ৰদেশ আৰু দেশৰ অনান্য প্ৰান্তত কৃষকে কৰা আত্মহত্যাৰ ওপৰত লিখা

Poem and Text

Devesh

Illustration

Shreya Katyayini

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।