অন্তহীন-স্পৃহা-আৰু-আশাহীন-প্ৰেমৰ-কচৰৎ

North West Delhi, National Capital Territory of Delhi

Feb 23, 2022

অন্তহীন স্পৃহা আৰু আশাহীন প্ৰেমৰ কচৰৎ

দিল্লীৰ এক যৌনকৰ্মীৰ সৈতে জীৱন আৰু প্ৰেম সম্পৰ্কে কথোপকথনত ডুব যাওঁতে এগৰাকী সাংবাদিকে অনুভৱ কৰিলে আশাত উপনীত হ’ব পৰাকৈ তেওঁৰ মাধ্যমটোৰ অপাৰগতাৰ কথা। তেওঁ তুলি লৈছিল কলম, কিন্তু তেওঁৰ কলমেৰে যি নিগৰি ওলাল সি কোনো খবৰ নাছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shalini Singh

শালিনী সিং পাৰিৰ প্ৰকাশক কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ এগৰাকী প্ৰতিষ্ঠাপক ন্যাসৰক্ষী। দিল্লীৰ এগৰাকী সাংবাদিক শালিনীয়ে পৰিৱেশ, লিংগ, সংস্কৃতিৰ ওপৰত লিখে আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ৰ সাংবাদিকতাৰ নিয়েমন ফেল’ আছিল।

Illustration

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]