অনন্তপুৰ-নিৰ্বাচনত-শংকা-আৰু-ভেদাভেদ

Anantapur, Andhra Pradesh

Jul 10, 2019

অনন্তপুৰ নিৰ্বাচনত শংকা আৰু ভেদাভেদ

অন্ধ্ৰপ্ৰদেশৰ ৰায়ালাসীমা অঞ্চলত প্ৰকৃত সমস্যাবোৰৰ পৰিৱৰ্তে স্থানীয় পৰ্যায়ত ভেদাভেদ, হিংসা- প্ৰতিহিংসাইহে নিৰ্বাচনত গুৰুত্ব লাভ কৰিছে। আজি ১১ এপ্ৰিলৰ দিনা জনতাই লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰিব

Author

Rahul M.

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rahul M.

ৰাহুল এমঃ ৰাহুল এম অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৭ বৰ্ষৰ পাৰি ফেল'।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।