young-soldiers-of-misfortune-as

Sangli, Maharashtra

Nov 12, 2024

দুৰ্ভাগ্যই লগ দিয়া নতুনচাম সৈনিক

সমগ্ৰ মহাৰাষ্ট্ৰত শ শ ডেকা ল’ৰা-ছোৱালীয়ে চৰকাৰী চাকৰিৰ আশাত কঠোৰ পৰিশ্ৰম কৰিছে যাতে কোনোমতে অগ্নিবীৰ হিচাপে সেনাত ভৰ্তি হ’ব পাৰে। কিন্তু তাত ভৰ্তি হোৱাটোৱেই জানো শেষ কথা, সেনাবাহিনীত স্থায়ী কেৰিয়াৰ লাভৰ আশাত অগ্নিবীৰত ভৰ্তি হোৱাসকলৰ এক-চতুৰ্থাংশৰহে চাকৰি স্থায়ী হ’ব, বাকীবোৰক চাৰিবছৰ পিছত অব্যাহতি দিয়া হ’ব। প্ৰশিক্ষণপ্ৰাপ্ত তেনে সৈন্যই আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, চাকৰি বিচাৰিব লাগিব

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।