words-worlds-in-a-grain-of-sand-as

Feb 21, 2024

শব্দনো কি, শস্যৰ এটি বীজত নিহিত এখন জগত

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে পাৰিভাষাৰ ভাৰতীয় ভাষা সম্পাদকসকলে আমাৰ চৌপাশৰ ভাষাবোৰৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা শব্দ আৰু কাহিনীবোৰক নিজ অভিজ্ঞতাৰ আধাৰত দাঙি ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARIBhasha Team

পাৰিভাষা আমাৰ অনন্য এক ভাষিক কাৰ্য্যসূচী যিয়ে পাৰিৰ ষ্ট’ৰি ৰিপ’ৰ্টিং আৰু ষ্ট’ৰিবোৰ বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদত সহায় কৰে। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰা আৰু পাঠকৰ ওচৰলৈ লৈ যোৱাত অনুবাদকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমাৰ সম্পাদকীয় বৰ্গ, অনুবাদক আৰু স্বেচ্ছাসেৱকে দেশখনৰ বৈচিত্ৰময় ভাষিক আৰু সাংস্কৃতিক জগতখনক প্ৰতিনিধিত্ব কৰে আৰু যি ঠাইৰ পৰা ষ্ট’ৰি এটা যুগুতোৱা হয়, সেই ঠাইৰ মানুহে ষ্ট’ৰিটো আঁকোৱালি ল’ব পৰাকৈ প্ৰস্তুত কৰি তোলাটো নিশ্চিত কৰে।

Illustrations

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Illustrations

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Illustrations

Priyanka Borar

প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

Illustrations

Jayant Parmar

Jayant Parmar is a Sahitya Akademi Award winning Dalit poet from Gujarat, who writes in Urdu and Gujarati. He is also a painter and calligrapher. He has published sevel collections of his Urdu poems.

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।