when-life-is-a-long-distance-race-as

Amritsar District, Punjab

May 17, 2024

যেতিয়া জীৱনটো হৈ পৰে এক সুদীৰ্ঘ দৌৰ

পাঞ্জাৱৰ অনুসূচিত জাতিৰ অন্তৰ্গত যুৱতীসকলে এটা সুনিশ্চিত সংস্থাপন লাভৰ লক্ষ্যত উপনীত হ’বলৈ এতিয়াও যেন বহু দূৰত্ব অতিক্ৰম কৰিবলৈ বাকী আছে। দৰিদ্ৰতা, জাতি পৰিচয়, পুষ্টিৰ অভাৱ আৰু শিক্ষাৰ সীমিত সুযোগে তেওঁলোকৰ লিংগ সংগ্ৰামক অধিক কঠোৰ কৰি তোলে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।