water-not-any-drop-to-drink-as

Mar 22, 2024

এটোপাল পানীলৈ জনতাই হামৰাও কাঢ়ি মৰে…পানী পানী কৰি ফুৰে

গ্ৰীষ্মৰ দিন অহাৰ লগে লগে সমগ্ৰ দেশত পানীক লৈ মানুহৰ চিন্তা আৰম্ভ হয়, পানী থাকিবনে এইবাৰ নে আৰু বাঢ়িব সংকট - তাকে লৈ মানুহ উদ্বিগ্ন হয়। ২২ মাৰ্চত বিশ্ব জল দিৱস উপলক্ষে পাৰিয়ে বিশুদ্ধ খোৱাপানী - যিটো মৌলিক অধিকাৰ স্বত্ত্বেও বহুতেই বঞ্চিত, তাক লৈ হোৱা অন্যায় আৰু বৈষম্যক লৈ এক প্ৰতিবেদন আগবঢ়াইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Team

Editors

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editors

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।