they-would-keep-me-barefoot-as

Lucknow, Uttar Pradesh

Sep 10, 2024

‘সিহঁতে মোক উদং ভৰিৰে ৰাখিছিল’

সৰবৰাহৰ বলি হোৱা কাজৰিয়ে নিজ জীৱনৰ যোৱা দহটা বছৰৰ ঘটনাবোৰ টুকুৰা-টুকুৰকৈ দাঙি ধৰাৰ যত্ন কৰিছে। ইফালে তেওঁৰ পিতৃয়ে পুলিচ, ক’ৰ্ট-কাছাৰীৰ পৰা সহায় বিচাৰি হতাশ হৈছে

Series Editor

Anubha Bhonsle

Translator

Pankaj Das

Reporting and Cover Illustration

Jigyasa Mishra

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporting and Cover Illustration

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Editor

Pallavi Prasad

পল্লৱী প্ৰসাদ মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু য়াং ইণ্ডিয়া ফেল’। লেডী শ্ৰী ৰাম কলেজৰ পৰা ইংৰাজী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী পল্লৱীয়ে লিংগ, সংস্কৃতি আৰু স্বাস্থ্যবিষয়ক লেখা-মেলা কৰে।

Series Editor

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।