these-protests-are-like-school-for-us-as

Mansa, Punjab

Jun 05, 2024

‘এই প্ৰতিবাদ আমাৰ বাবে পাঠশালাৰ দৰে’

পাঞ্জাৱৰ মানচা জিলাৰ কিষাণগঢ় সেধা সিং ৱালাৰ বয়োজ্যেষ্ঠ মহিলাসকলৰ বাবে ২০২০-২১ৰ ঐতিহাসিক কৃষক আন্দোলনে ৰূপান্তৰৰ বাট কাটিছিল। সেই আন্দোলনে তেওঁলোকক ২০২৪ৰ সাধাৰণ নিৰ্বাচনত কাক বাচি ল’ব, তাৰবাবে দিক দৰ্শাইছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।