the-waters-of-the-sutlej-run-black-as

Ludhiana, Punjab

Nov 26, 2024

ক’লা হৈ পৰা শতদ্ৰুৰ পানী

এসময়ৰ খোৱাপানী আৰু জলসিঞ্চনৰ বাবে মানুহে নিৰ্ভৰ কৰা বুড্ডা নালা, যিটো শতদ্ৰু নদীত গৈ মিলিছে, সেই নলাটো সম্প্ৰতি অতি গুৰুতৰভাৱে প্ৰদূষিত, বুড্ডা নালাৰ প্ৰদূষণ ৰুধিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক টোপনিৰ পৰা জগাবলৈ ‘কালে পানী দা মৰ্চা’ প্ৰতিবাদত লুধিয়ানাৰ হাজাৰ হাজাৰ লোকে যোগ দিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।