the-tangled-skeins-of-rajbhoi-rope-makers-as

Ahmedabad, Gujarat

Mar 10, 2024

ৰেচমী আঁহ-নিৰ্ভৰ শ্ৰমজীৱী মহিলাৰ জীৱন

তন্তু পকাই পকাই বিভিন্ন দৈৰ্ঘ্যৰ ৰছী বনোৱা কাম কৰে ৰাজভোই যাযাবৰ সম্প্ৰদায়ৰ মহিলাই। তেনে তন্তু বিচাৰি তেওঁলোকে ৰাতিৰ ভাগৰ ৰেলগাড়ীত উঠি গুজৰাটৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।