the-singing-daabdadu-of-santipur-as

Nadia, West Bengal

Nov 02, 2023

জীৱন বাটৰ গায়ক শান্তিপুৰৰ ডাবদাদু

দিনহাজিৰা কৰা সুকুমাৰ বিশ্বাসে ডাব নাৰিকলৰ পানী বিক্ৰী কৰে আৰু সুৰীয়া লোকগীতেৰে গ্ৰাহকৰ মনো জুৰায়, মুখত তেওঁৰ কেঁচা মাটিৰ গানবোৰে সদায় ভিৰ কৰে

Translator

Pankaj Das

Text Editor

Archana Shukla

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Tarpan Sarkar

তৰ্পন চৰকাৰ এগৰাকী লিখক, অনুবাদক আৰু গ্ৰাফিক ডিজাইনাৰ। তেওঁ যাদৱপুৰ বিশ্ববিদ্য়ালয়ৰ পৰা তুলনামূলক সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

Text Editor

Archana Shukla

অৰ্চনা শুক্লা পাৰিৰ প্ৰাক্তন সমল সম্পাদক। 

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।