the-runj-river-and-ajaigarhs-daal-farmers-as

Panna District, Madhya Pradesh

Jan 30, 2025

ৰুঞ্জ নদী আৰু অজয়গড়ৰ দালি খেতিয়কৰ কথা

মধ্যপ্ৰদেশৰ পান্না জিলাত দলিত, আদিবাসী আৰু অন্যান্য পিছপৰা শ্ৰেণী(অ’বিচি)ৰ সদস্যৰে মহিলা কৃষকৰ সমবায় এখনে তেওঁলোকৰ কৃষিভূমিৰ পৰা কৰা উপাৰ্জনৰ দ্বায়িত্ব লৈ আগবাঢ়িছে আৰু এতিয়া সদস্য সংখ্যা ক্ৰমে বাঢ়ি আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]