the-kolami-speakers-of-yavatmal-as

Yavatmal, Maharashtra

Jun 14, 2024

য়াভাতমালৰ ক’লামিভাষী

মহাৰাষ্ট্ৰৰ এইখন জিলাৰ কপাহৰ খেতি কৰা ক’লাম আদিবাসীসকলে ক’লামি ভাষা কয়, যিটো হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। পাৰিৰ বিপন্ন ভাষাৰ প্ৰকল্প (ইএলপি)ৰ যোগেদি এই বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি)ৰ লোকসকল, তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ ভাষাৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বানৰ বিষয়ে সুক্ষ্মভাৱে আলোচনা কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ সমল সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।