tb-in-india-the-scourge-continues-as

Howrah District, West Bengal

Feb 13, 2024

যক্ষ্মা: দুৰ্দশাৰ দিন শেষ হৈ নাহে

বিশ্বৰ মুঠ যক্ষ্মাৰোগীৰ এক-তৃতীয়াংশই ভাৰতত, তাৰে বেছিভাগেই গ্ৰামাঞ্চলৰ নাইবা চহৰৰ বস্তি নিবাসী, তাৰে আকৌ গৰিষ্ঠ সংখ্যকেই শিশু। পৰিয়ালৰ নিয়মিত যতন আৰু চোৱা-চিতাৰ বলতহে ৰোগী বাচি থাকে, বিনিময়ত টকা-পইচা, শক্তি সমস্ত ব্যয় হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।