politicians-come-for-votesand-then-they-leave-as

Dumka, Jharkhand

Jun 01, 2024

‘নেতাবোৰে ভোট বিচাৰি আহে আৰু গুছি যায়’

ঝাৰখণ্ডৰ জনজাতীয় গাওঁবোৰত চৰকাৰী আঁচনি আৰু নিয়োগৰ প্ৰতিশ্ৰুতিৰে নেতাবোৰে আভুৱা ভাঁৰি থকাৰ সময়তে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ অন্তিমটো পৰ্য্যায়ত ভোটদানৰ পূৰ্বে তেওঁলোকৰ মাজত বিৰাজ কৰিছে জীৱিকাৰ অনিশ্চয়তা আৰু অসন্তুষ্টিয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।