poetry-makes-nothing-happen-not-if-you-stop-listening-as

Narmada, Gujarat

Mar 17, 2024

কবিতাই একো নকৰে, আনকি শুনিবলৈ এৰিলেও একো নহয়

পোহৰ আৰু প্ৰেমৰ অতীৱ প্ৰয়োজন যেতিয়া এই ধৰাত, তেতিয়াই কবিতাৰ পৰা আমি নিজকে আঁতৰাই অনাত আসন্ন বিপদৰ বিষয়ে আমাক সঁকিয়াই দিছে দেহৱালি ভিলী ভাষাৰ এটি কবিতাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jitendra Vasava

জীতেন্দ্ৰ বাচাৱা গুজৰাটৰ নৰ্মদা জিলাৰ মহুপাৰা গাঁৱৰ এগৰাকী কবি, তেওঁ দেহৱালি ভিল ভাষাত লিখে। তেওঁ আদিবাসী সাহিত্য একাডেমি (২০১৪)ৰ প্ৰতিস্থাপন সম্পাদক আৰু জনজাতীয় কণ্ঠৰ নামত উৎসৰ্গিত লখাৰা নামে কবিতাৰ আলোচনীখনৰ সম্পাদক। তেওঁ আদিবাসী মৌখিক সাহিত্যৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। নৰ্মদা জিলাৰ ভিল সম্প্ৰদায়ৰ মৌখিক লোককথাৰ সাংস্কৃতিক আৰু ৰপকথাগত দিশৰ ওপৰত গৱেষণা কৰি আছে। পাৰিত প্ৰকাশিত তেওঁৰ কবিতাকেইটা তেওঁৰ আহিব ধৰা প্ৰথমখন কবিতাৰ সংকলনৰ পৰা তুলি অনা হৈছে।

Illustration

Manita Kumari Oraon

মণিতা কুমাৰী ওৰাওঁ ঝাৰখণ্ডৰ এগৰাকী চিত্ৰশিল্পী - তেওঁ আদিবাসী সম্প্ৰদায়ৰ সমাজ-সাংস্কৃতিক সমস্যাৰ সৈতে জড়িত ভাস্কৰ্য্য শিল্প আৰু চিত্ৰশিল্পৰ কাম কৰে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]