narayan-desais-jugaad-with-the-shehnai-as

Belgaum, Karnataka

Jun 14, 2023

জোৰা-টাপলি মাৰি শ্বেহনাই বনোৱা নাৰায়ন দেশাই

হস্তনিৰ্মিত পৰম্পৰাগত শ্বেহনাইৰ চাহিদা দ্ৰুতগতিত নামি অহাৰ সময়তে কৰ্ণাটকৰ মানকাপুৰ গাঁৱত ৬৫ বছৰ বৰ্ষীয় শিল্পীগৰাকীয়ে এই শিল্পবিধক জীয়াই ৰাখিবলৈ নতুন নতুন উপায় বিচাৰি উলিয়াইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।