my-tarpa-is-my-deity-as

Palghar, Maharashtra

Feb 22, 2024

‘টাৰ্পাখনেই মোৰ ইশ্বৰ’

ভিকলিয়া লাড়কিয়া ধিণ্ডা এজন ৱাৰ্লি আদিবাসী। ঊনান্নবৈ বৰ্ষীয় এই সংগীতশিল্পীজন ৱালৱাণ্ডেত থাকে আৰু টাৰ্পা বজায়। টাৰ্পা বাঁহ আৰু শুকান পানীলাওৰ খোলাৰে নিৰ্মিত এবিধ সুষিৰ বাদ্য। শিল্পীগৰাকীৰ সংগীত আৰু আস্থাৰ কাহিনী তেওঁৰ মুখেৰেই শুনো আহক

Translator

Pankaj Das

Photos and Video

Siddhita Sonavane

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Bhiklya Ladkya Dhinda

ভিকলিয়া লাড়কিয়া ধিণ্ডা পালঘৰ জিলাৰ জৱহৰ ব্লকৰ ৱালৱাণ্ডেৰ এগৰাকী বঁটাপ্ৰাপ্ত ৱাৰ্লি টাৰ্পা বাদক। ঊন্নানবৈ বৰ্ষীয় এইগৰাকী টাৰ্পা শিল্পীয়ে শেহতীয়াকৈ ২০২২ত সংগীত নাটক একাডেমী পুৰস্কাৰ লাভ কৰিছে।

Photos and Video

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।