mirzapurs-carpet-weavers-tied-up-in-knots-as

Mirzapur, Uttar Pradesh

Jul 02, 2024

বয়ন শিল্পৰে জড়িত মিৰ্জাপুৰৰ শিপিনীসকলৰ সমস্যাৰ নাই আদি-অন্ত

দলিচা বোৱা কাম সহজ নহয়, গাঁঠিযুক্ত দলিচা বয়ন শিল্প হৈছে এক বিশেষ আৰু জটিল শিল্প। আন কামতকৈ তাত অধিক সময় আৰু খাটনিৰ প্ৰয়োজন। দিল্লীৰ নতুন সংসদ ভৱনৰ দেৱালত সগৌৰৱেৰে প্ৰদৰ্শিত হৈছে উত্তৰ প্ৰদেশৰ এইখন জিলাৰ গাঁঠিযুক্ত দলিচা। কিন্তু এই পৰম্পৰাগত শিল্পকলা চৰ্চা কৰা বহু শিপিনীয়ে এতিয়া আন বৃত্তিৰ সন্ধানত নামিবলৈ বাধ্য হৈ পৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Akanksha Kumar

আকাংক্ষা কুমাৰ হৈছে গ্ৰামীণ বিষয়, মানৱ অধিকাৰ, সংখ্যালঘু সম্পৰ্কীয় বিষয়, লিংগ আৰু চৰকাৰী আঁচনিৰ প্ৰভাৱৰ প্ৰতি আগ্ৰহী দিল্লীস্থিত মাল্টিমিডিয়া সাংবাদিক। তেওঁ ২০২২ চনত মানৱ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতা সাংবাদিকতা বঁটা লাভ কৰিছিল।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।