mai-baap-sarkar-should-look-after-everyone-as

Osmanabad, Maharashtra

Feb 11, 2025

‘মাই-বাপ এই চৰকাৰখনে সকলোকে চাব লাগিব’

ভাৰতত সাধাৰণ বাধাগ্ৰস্ততা থকা লোকৰ সংখ্যা ২ কোটি ৬৮ লাখ আৰু মহাৰাষ্ট্ৰৰ ধাৰাশিৱ জিাৰ সংগীতশিল্পী অনিল ঠম্বৰেয়ে ভাবে যে তেওঁলোকক কেন্দ্ৰীয় বাজেটত অধিক গুৰুত্ব দিয়া উচিত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Medha Kale

মহিলা আৰু স্বাস্থ্যক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাসম্পন্ন তুলজাপুৰৰ মেধা কালে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মাৰাঠী অনুবাদ সম্পাদক।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।