lupungpats-gram-sabha-saves-the-day-as

Gumla, Jharkhand

Jul 23, 2023

লুপুংপাটত সঁচা অৰ্থত গণতন্ত্ৰ

ঝাৰখণ্ডৰ এইখন গাঁৱত গাওঁসভাৰ অধীনস্থ কমিটিবোৰৰ সবলীকৰণে জনসাধাৰণক সশক্ত কৰিছে; সেয়ে জল, খনন আৰু ক’ভিড আদিকে ধৰি বিভিন্ন বিষয়ত তেওঁলোকে জনমত গঢ়ি গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।