keralas-puppeteers-extend-their-art-as

Palakkad, Kerala

Jan 25, 2024

যুগৰ সৈতে মিলি আগবাঢ়িছে কেৰালাৰ ছাঁ পুতলানাচ

তোলপাৱকুট্টু ছাঁ পুতলা নাচক আধুনিক দৰ্শকৰ আগত প্ৰাসংগিক কৰি ৰাখিবলৈ যোৱা দুটা দশকত এই বিশেষ পুতলানাচৰ ভালেখিনি বিৱৰ্তন ঘটিছে; সময় বাগৰাৰ লগে লগে কেনেদৰে এই শিল্পৰ পৰিৱৰ্তন ঘটিছে, তাৰেই এক আভাস এই তথ্যচিত্ৰৰ যোগেদি দিয়াৰ যত্ন কৰা হৈছে

Translator

Pankaj Das

Text Editor

Archana Shukla

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sangeeth Sankar

সংগীতা শংকৰ আই.ডি.চি. স্কুল অৱ ডিজাইনৰ এগৰাকী গৱেষক ছাত্ৰ। তেওঁ কেৰালাৰ ছাঁ পুতলা নাচৰ ৰূপান্তৰৰ ওপৰত সমাজ-নৃবৈজ্ঞানিক অধ্যয়ন কৰি আছে। সংগীতাই ২০২২ত এম.এম.এফ.-পাৰি ফেল’শ্বিপ লাভ কৰিছে।

Text Editor

Archana Shukla

অৰ্চনা শুক্লা পাৰিৰ প্ৰাক্তন সমল সম্পাদক। 

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।