jalgaons-women-star-in-krishnajis-bharit-as

Jalgaon, Maharashtra

May 28, 2024

জালগাৱঁৰ মহিলাসমাজ তৰা হৈ উজলে কৃষ্ণা ভাৰিটত

মহাৰাষ্ট্ৰৰ জালগাৱঁত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এবিধ স্থানীয় সুস্বাদু আহাৰ আৰু সেই খাদ্যবিধ ৰন্ধা ১৪ গৰাকী মহিলা আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]