inflation-was-a-problem-now-we-have-elephants-as

Gadchiroli, Maharashtra

Apr 25, 2024

‘মুদ্ৰাস্ফীতি আছিলেই, তাৰ ওপৰত আহি পৰিল হাতী’

মহাৰাষ্ট্ৰৰ আদিবাসী অধ্যুষিত পালাশগাঁৱৰ ৰাস্তাত আপুনি মানুহ নাপাব, সকলো ঘৰৰ ভিতৰতে সোমাই আশংকাত দিন কটাবলগীয়া হৈছে। যিখন অৰণ্যৰ ওপৰত তেওঁলোকৰ জীৱিকা নিৰ্ভৰশীল, তাৰপৰাই তেওঁলোক দূৰত থাকিবলগীয়া হৈছে। অদেখা আশংকাত ভোগা গাওঁবাসীৰ মাজত ২০২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনক লৈও সেয়ে কোনো উৎসাহ আপুনি নেদেখিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Medha Kale

মহিলা আৰু স্বাস্থ্যক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাসম্পন্ন তুলজাপুৰৰ মেধা কালে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মাৰাঠী অনুবাদ সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷